Kostenscout.de
Produkt
  Sortierung:
  Optional: Preisspanne von bis Euro

Xei prem aswadon

Xei prem aswadon

১৯৩৯ চনৰ কথা। আইভান নামৰ এজন লোকৰ নেতৃত্বত এদল অভিযাত্ৰীয়ে যাত্ৰা আৰম্ভ কৰে পৃথিৱীৰ এক দুৰ্গম অঞ্চল নিউগিনি য‘ত সভ্যতাৰ পোহৰ পৰা নাই, এনে কিছুমান জাতি-উপজাতি আছে, যি এতিয়াও মানুহ চিকাৰ কৰে, নৰমুণ্ড সংগ্ৰহ কৰে। তেনে এক যাত্ৰাত আইভানৰ লগত যায় তেওঁৰ প্ৰিয় ভতিজী টিনা আৰু টিনাৰ বাবেই অনিচ্ছা স্বত্বেও যায় টিনাৰ বিবাহ প্ৰাৰ্থী মাইক। যাত্ৰাৰ আৰম্ভণিতে তেওঁলোকে লগ পাই মেজৰ কলিণ্সৰ দলক। একেলগে আৰম্ভ হয় এক দুঃসাহসিক অভিযান। বিভিন্ন প্ৰত্যাহ্বান নেওচি অলপ দূৰ আগবাঢ়ি যোৱাৰ পিছত মেজৰ কলিণ্সৰ দলে আইভানৰ দলৰ পৰা বিদায় লয় যদিও ৰুবেন নামৰ এজন ডেকাক আইভানৰ লগত দিয়ে। এই ৰুবেনৰ প্ৰেমত পৰে টিনা। আনফালে টিনাৰ প্ৰেমত মাইক। এক ত্ৰিকোণ প্ৰেমৰ কাহিনী। অন্যহাতেদি দুৰ্গম যাত্ৰাপথ য‘ত পদে পদে মৃত্যুৰ কিৰীলি। নৰখাদক জাতি, বিষাক্ত পোক- পতংগ, বিষাক্ত মহৰ কামোৰ এই সকলোবোৰ নেওচি সফল হ‘ব পাৰিলেনে অভিযাত্ৰী দলটো? মাইকৰ সৈতে টিনাৰ বিবাহ হ‘ল নাই? এখন এডভেন্সাৰ উপন্যাস। মিলন, বিচ্ছেদ, প্ৰেম, ঘৃণা, হিংসা, প্ৰতিহিংসাৰ উপবীজ্যৰে ভৰপূৰ। কি আছে এই উপন্যাসখনত? এই সকলোখিনি জানিবলৈ "ষ্টৰীটেল" যোগে শুনক ৰহস্য সম্ৰাট ৰঞ্জু হাজৰিকাদেৱৰ উপন্যাস "সেই প্ৰেম আস্বাদন"


Angebote zum Artikel

6,99 €*
6,99 € inkl. Versand*
Xei prem aswadon
Anbieter: Thalia DE




Die bei uns gelisteten Preise basieren auf Angaben der gelisteten Händler zum Zeitpunkt unserer Datenabfrage. Diese erfolgt einmal täglich. Von diesem Zeitpunkt bis jetzt können sich die Preise bei den einzelnen Händlern jedoch geändert haben. Bitte prüfen sie auf der Zielseite die endgültigen Preise. Die Sortierung auf unserer Seite erfolgt nach dem besten Preis oder nach bester Relevanz für Suchbegriffe (je nach Auswahl).
Für manche Artikel bekommen wir beim Kauf über die verlinkte Seite eine Provision gezahlt. Ob es eine Provision gibt und wie hoch diese ausfällt, hat keinen Einfluß auf die Suchergebnisse oder deren Sortierung. Unser Preisvergleich listet nicht alle Onlineshops. Möglicherweise gibt es auf anderen bei uns nicht gelisteten Shops günstigere Preise oder eine andere Auswahl an Angeboten.
Versandkosten sind in den angezeigten Preisen und der Sortierung nicht inkludiert.


Livesuche | Gutscheine | Datenschutz | Impressum

* - Angaben ohne Gewähr. Preise und Versandkosten können sich zwischenzeitlich geändert haben.
Bitte prüfen sie vor dem Kauf auf der jeweiligen Seite, ob die Preise sowie Versandkosten noch aktuell sind.